Home ৰাজ্যবিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আনুষ্ঠানিকভাৱে বিদায়

বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আনুষ্ঠানিকভাৱে বিদায়

by News Desk
A+A-
Reset
8b3601d7-c53c-4973-9a65-09ea0028f297

বিহালীঃ বিহালী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বুধবাৰে বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰুৱাক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিহালী থানা কমিটীৰ সভাপতি জৈনুদ্দিন আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে বিহালী গাঁওৰক্ষী বাহিনীৰ সম্পাদক দীপক প্ৰধানে।

সভাত বৰুৱাক ফুলাম গামোচা, শৰাই আৰু সম্বৰ্ধনা-পত্ৰ প্ৰদান কৰে থানা কমিটীৰ কাৰ্যকৰী সভাপতি কুমুদ শইকীয়াই। সভাত বাহাদুৰ কায়স্থ, আব্দুল মালিক, লক্ষী ভৰালি, ভূবন লুইটেল, গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক, বিহালী থানাৰ উপ-পৰিদৰ্শক আদিয়ে প্ৰদীপ কুমাৰ বৰুৱাই কৰি যোৱা কামকাজক শলাগ লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0