Home দেশবিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডত স্বামী জৰিত থকাৰ অভিযোগ, বিহাৰৰ মন্ত্ৰী মঞ্জু বৰ্মাৰ পদত্যাগ

বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডত স্বামী জৰিত থকাৰ অভিযোগ, বিহাৰৰ মন্ত্ৰী মঞ্জু বৰ্মাৰ পদত্যাগ

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ সৈতে বিহাৰৰ এগৰাকী মন্ত্ৰীৰ স্বামীৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। স্বামী জড়িত থকাৰ অভিযোগ উত্থাপন হৈ অহাত বিহাৰৰ সমাজ কল্যাণ মন্ত্ৰী মঞ্জু বৰ্মাই অৱশেষত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বুধবাৰে। এই কাণ্ডৰ তদন্ত চিবিআয়ে কৰি আছে। অনুমান কৰা মতে, মঞ্জু বৰ্মাৰ স্বামী চন্দ্ৰ শেখৰ বৰ্মাক জেৰা কৰিব পাৰে চিবিআয়ে। চিবিআয়ে জেৰা কৰাৰ পূৰ্বেই সমাজকল্যাণ মন্ত্ৰী মঞ্জু বৰ্মাই পদত্যাগ কৰে।

I resigned because media and opposition had created a furore
, but I have full faith in CBI and Judiciary, I am sure truth will be out and my husband will come out clean: Manju Verma,Bihar Minister who resigned. #MuzaffarpurShelterHome pic.twitter.com/PGDTPC94Vm

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0