Home দেশসলনি হৈছে বতৰ! ৪৮ ডিগ্ৰীলৈ উঠিছে পাৰা

সলনি হৈছে বতৰ! ৪৮ ডিগ্ৰীলৈ উঠিছে পাৰা

by News Desk
52 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি। দেশৰ বিভিন্ন অঞ্চলত উৎকট গৰমে দহাৰ বিপৰীতে ক’ৰবাত আকৌ ধুমুহাই তচনচ কৰিছে বৃহৎ অঞ্চল। ধুমুহা বৰষুনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিহাৰত৷ দেওবাৰে হোৱা প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ২৭ গৰাকী লোকৰ মৃত্যু হৈছে৷ 

ৰাজ্যখনৰ ভাগলপুৰ, হাজীপুৰ, চপৰা আদিকে ধৰি বিভিন্ন অঞ্চলত কালমূৰ্তি ধাৰণ কৰিছে ধুমুহাই৷ বিহাৰৰ বাদেও মধ্য প্ৰদেশত ব্ৰজপাত পৰাৰ ফলত ৩ গৰাকী লোকৰ মৃত্যু হৈছে৷ উল্লেখযোগ্য যে বিহাৰ, চণ্ডিগড়, পাঞ্জাৱত সলনি হৈছে বতৰ৷ উৎকট গৰমৰ পিছত বৰষুণে সকাহ দিছে এই ৰাজ্যসমুহক৷ আনহাতে ৰাজস্থানত একেই আছে বতৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0