61
ইটাখোলাঃ ৰাজ্যৰ চৌদিশে বিহুৰ উখল-মাখল পৰিৱেশ৷ ঢোল-পেঁপাৰ মাজত ৰজনজনাইছে ৰাজ্যৰ চৌদিশ।পিছপৰি নৰ’ল জামুগুৰিহাটো৷
শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি জামুগুৰি ব্যৱসায়ী সন্থাৰ দ্বাৰা আয়োজিত বিহু উপলক্ষে বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়৷