56
শুক্লাইঃ ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উছাহ চলি থকা সময়তে অহা ৬ আৰু ৭মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বাগছাৰ বাঙালীপাৰাত বাঙালীপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুস্থিত হ’ব বহাগী উৎসৱ।
উদযাপন সমিতিৰ সভাপতি হৰমোহন বৰুৱা, যুটীয়া সম্পাদক পিংকু মালাকৰ আৰু অপূৰ্ব বৈশ্যই জনোৱা মতে বহাগী উৎসৱৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি হৰমোহন বৰুৱাই।