Home ৰাজ্যমাৰ্ঘেৰিটাৰ ব্যৱসায়ী সন্থাৰ বিহুত গীত পৰিবেশন কৰিব বলিউডৰ কন্ঠশিল্পী কুমাৰ চানুৱে

মাৰ্ঘেৰিটাৰ ব্যৱসায়ী সন্থাৰ বিহুত গীত পৰিবেশন কৰিব বলিউডৰ কন্ঠশিল্পী কুমাৰ চানুৱে

by News Desk
51 views
A+A-
Reset

newsnextone.com| মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত মঙলবাৰৰ পৰা মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাংগলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী উৎসৱ। উজনি অসমৰ অন্যতম বিহু সন্মিলন হিচাপে পৰিচিত বিহ সন্মিলনৰ প্ৰথম দিনটোত পুৱাই উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মোহিত কৰে৷ 

মাৰ্ঘেৰিটাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰম্ভ কৰা শোভাযাত্ৰাত সন্মুখত হাতী বিহু দল, গায়ন-বায়নৰ লগতে হাজং, আদিবাসী, মিচিং, নেপালী চিংফৌ, ভোজপুৰী, বড়ো, চেমা টাংচা, টাইফাকে, দেউৰী, ইছলামধৰ্মী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰি সমন্বয় গঢ়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0