Home ৰাজ্যবেজেৰাত পথ দুৰ্ঘটনা, ছাত্ৰই মহতিয়ালে চাইকেল আৰোহীক

বেজেৰাত পথ দুৰ্ঘটনা, ছাত্ৰই মহতিয়ালে চাইকেল আৰোহীক

by News Desk
54 views
A+A-
Reset

বেজেৰাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ বেজেৰা আঞ্চলিক কলেজৰ সমীপত এক পথদুৰ্ঘটনা সংঘটিত হয়৷ ফলত এজন চাইকেল আৰোহী গুৰুত্বৰ ভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি শালমাৰা গাঁৱৰ নন্দেশ্বৰ ডেকা (৩৮) নামৰ লোক জনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চাইকেলেৰে নিজ ঘৰলৈ গৈ আছিল৷ তেনে অৱস্থাত পিছফালৰ পৰা এজন কলেজিয়া ছাত্ৰই এএছ-২৫জি-৪২১৩ নম্বৰৰ মটৰ চাইকেল খনেৰে খুন্দা মাৰাত চাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0