60
লিডুঃ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু টিৰাপ কলিয়ৰীত আজি সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷
এ এছ ২৩ আৰ ৬৭৯৬ নম্বৰৰ কে টি এম বাইকখনৰ চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে মটৰ চাইকেলৰ সৈতে বাগৰি পৰে ৷