Home ৰাজ্যৰাঙলুত আৰক্ষীৰ জালত দুই বাইক চোৰ

ৰাঙলুত আৰক্ষীৰ জালত দুই বাইক চোৰ

by News Desk
A+A-
Reset
a6c679df-3996-47b1-a8a5-f69033d81a53

newsnextone.com | নগাঁওঃ নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে চুৰি ডকাইটিৰ দৰে অসমাজিক কাণ্ড বৃদ্ধি পাই অহা পৰিলক্ষিত হৈ থকাৰ সময়তে দেওবাৰে নিশা জিলাখনৰ ৰাঙলুত দুজন গভাইত বাইক চোৰ আৰক্ষীৰ জালত পৰে৷ জানিব পৰা মতে, দেওবাৰে নিশা বাইক চোৰ দুজনে বাইক চুৰি কৰি আহি থকা সময়তে আৰক্ষীৰ হাতত কৰায়ত্ব হয়৷ 

আৰক্ষীয়ে অভিযান চলাই এএছ-০১-বিএম ৭২০৮ নম্বৰৰ এখন চুৰি বাইক সহ আটক কৰে চাহিল হক আৰু ৰাধা খান নামৰ চোৰ দুজনক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও চুৰি কাণ্ড সংঘটিত কৰাৰ অভিযোগত ধৃত দুয়োজনৰ বিৰুদ্ধে গুৱাহাটীৰ ভৰলুমুখ থানাত গোচৰ ৰুজু হৈ আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0