38
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা নায়েৰ আলগাৰ গৌৰাং ঘাটক লৈ পূৰ্বৰেপৰা চলি আহিছিল এক ডাঙৰ প্ৰশ্ন। কিন্তু বুধবাৰে নায়েৰ আলগা উন্নয়ন খণ্ডৰ আঞ্চলিক সভানেত্রীয়ে ফাদিল কৰিলে এই ৰহস্যৰ।
জানিব পৰা মতে উক্ত ঠাইখনত কোনো ফেৰী চলাচল কৰা নাছিল, আনকি ফেৰী ঘাট বুলিও নামাকৰণ কৰা নাছিল। আজি নায়েৰ আলগা উন্নয়ন খণ্ডৰ আঞ্চলিক সভানেত্রী হাচিনা খাতুনৰ সহযোগত আৰু এলেকাটোৰ জ্যেষ্ঠ ব্যক্তি বৰ্গৰ তত্বাৱধানত আচল কথাটো উলিয়াবলৈ সক্ষম হয়।