Home ৰাজ্যবিলাসীপাৰাত আমছুৰ ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী

বিলাসীপাৰাত আমছুৰ ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী

by News Desk
A+A-
Reset
41488006-c81e-4946-bd0e-99d3757138a0

বিলাসীপাৰাঃ সদৌ অসম ছাত্র- ইউনিয়ন (আমছু) বিলাসীপাৰা জিলা সমিতি তথা সভাপতি আব্দুল ওৱাহাব উদ্দ্যোগত সোমবাৰে দিনৰ ১১ মান বজাৰ পৰা ১ মান বজালৈকে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত এনআৰচি আপত্তিৰ নামত ভুৱা ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ২  ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী সবাস্ত কৰে৷

লগতে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ দণ্ডাধীশ ৰূপ কমল ৰাভাক এখন স্মাৰক-পত্র প্ৰেৰণ কৰে। প্ৰত্যেক শুদ্ধ NRC গ্ৰহণ কৰিব লাগে, যদি গ্ৰহণ নকৰে তেন্তে অনাগত দিনত আমছুয়ে তীব্ৰ গন আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0