74
বিলাসীপাৰাঃ সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে লুইচ ব্ৰেইলী দিৱস পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ১০:৩০ বজাত পতাকা উত্তোলন কৰে বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনে। ১০:৪৫ বজাত বন্তি প্ৰজ্জ্বলন, ১১ বজাত প্ৰতিবন্ধীসকলৰ মাজত চ’কলেট বিতৰণ, ১১:১৫ বজাত শোভাযাত্ৰা আৰু ১২ বজাত গীত-নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।