Home ৰাজ্যআনিছুৰ ৰহমানৰ হত্যাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম

আনিছুৰ ৰহমানৰ হত্যাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম

by News Desk
73 views
A+A-
Reset

ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ কণমানি আনিছুৰ ৰহমানৰ হত্যা ৰ প্ৰতিবাদত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত তিনি ঘন্টীয়া গৌৰীপুৰ বালাজান ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হয়। জানিব পৰা মতে যোৱা ১১ অক্টোবৰত কোনো দুৰ্বৃত্তই কণমানি আনিছুৰ ৰহমান অপহৰণ কৰি লৈ যোৱা সন্দেহত পৰিয়ালৰ লোকে গোলকগঞ্জ আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে পাঁচ হাজাৰ মান ধন দাবী কৰে।

অতি দৰিদ্ৰ পৰিয়াল হোৱাৰ পাঁচ হাজাৰ টকা দিব নোৱাৰে। যাৰ ফলত থানাত গোচৰ ৰুজু কৰিব নোৱাৰিলে। দৰিদ্ৰ পৰিয়ালটো লৈ আৰক্ষী গাফিলতি কৰাত কনমানি আনিছুৰ ৰহমান উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। পাঁচ দিন অতিক্ৰম হোৱাৰ পাছত ১৬ অক্টোবৰ দিনা ধৰ্মশালাত 
হাবিত কনমানি আনিছুৰ ৰহমানৰ মৃত্যু দেহ উদ্ধাৰ হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0