Home ৰাজ্যধুবুৰী জিলা কংগ্ৰেছ Young Brigade সেৱা দল যুৱ মৰ্চা

ধুবুৰী জিলা কংগ্ৰেছ Young Brigade সেৱা দল যুৱ মৰ্চা

by News Desk
A+A-
Reset

জহিৰুল ইছলাম, বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ-চক্ৰ কাৰ্য্যালয়ৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ধুবুৰী জিলা কংগ্ৰেছ Young Brigade সেৱা দলৰ যুৱ মৰ্চাৰ সভাপতি তথা হাইপ্ৰফাইল জনদৰদী আদৰ্শৱান থকা শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আতোৱাৰ হোসেনে পঞ্চায়ত খনৰ চুকে- কুনে পৰিদৰ্শন কৰি দেওবাৰে বান আক্ৰান্ত হোৱা ৰাইজৰ মাজত চিৰা, মুড়ী, মিঠাই, আদিকে ধৰি বিভিন্ন ধৰণৰৰ খাদ্য আৰু সা-সামগ্ৰী বিতৰণ কৰে। 

বিগত একেৰাহে ৭-১০ দিন ধৰিগ নেৰানেপৰা বৰষুণৰ ফলত বান আক্রান্ত হোৱা ৰাইজে নিজৰ গৃহৰপৰা ৰাস্তাত, হাটে-ঘাটে ওলোৱাত বিষম অসুবিধা সন্মুখীন হোৱাৰ  ফলত ছাতিও বিতৰণ কৰে, পঞ্চায়তখনৰ বান আক্রান্ত ৰাইজৰ মাজত, ইয়াৰ উপৰিও বান আক্রান্ত ৰাইজৰ ক্ষয়-ক্ষতি হোৱা জীৱ-জন্তু, পুখুৰীৰ মাছ আদিকে ধৰি  ক্ষতি পুৰন আগবঢ়াবলৈ অসম চৰকাৰক দাবী জনাই শগুনমাৰী গাঁও পঞ্চায়তৰ হাইপ্ৰফাইল জনদৰদী সভাপতি আতোৱাৰ হোসেনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0