Home ৰাজ্যবিলাসীপাৰাত উচ্ছেদিত পৰিয়ালৰ বিননি

বিলাসীপাৰাত উচ্ছেদিত পৰিয়ালৰ বিননি

by News Desk
A+A-
Reset
cf639608-2e11-4256-86ab-81db7a2ac1ae

newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টিলাপাৰা সন্তেষপুৰ গাঁৱত ১ চেপ্তেম্বৰ দিনা ভূমিকম্পৰ দৰে আকস্মিক ভাৱে উচ্ছেদে চুই গ’ল ডেৰশ পৰিয়ালৰ ঘৰবাৰী। প্ৰায় অৰ্ধ মাহ ধৰি ডেৰশ পৰিয়ালে ঘৰবাৰী হেৰুৱাই মুকলি আকাশৰ তলত প্ৰখৰ ৰ’দ বৰষুণৰ মাজেৰেই জীৱন যাপন কৰিব লগীয়া হৈছে। নাই কোনো খোৱা-লোৱা, প্ৰস্ৰাৱ পায়খানাৰ ব্যৱস্থা, নাই থাকিবলগীয়া ব্যৱস্থা৷ পশু পক্ষীৰ দৰে জীৱন নিৰ্বাহ কৰি থকা হৈছে ডেৰ শতাধিক পৰিয়ালে৷

ইফালে, উচ্ছেদৰ ফলত স্কুলীয়া ল’ৰা ছোৱালীৰ পঢ়া শুনাও ব্যহত হৈ পৰিছে৷ আনফালে, এইক্ষেত্ৰত এআইইউডিএফ নেতা বদৰুদ্দিন আজমল গোটৰ বাহিৰে সকলো দল, সংগঠন, চৰকাৰ, জন প্ৰতিনিধিয়ে নিষ্ঠুৰতা অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভূগীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0