Home ৰাজ্যজুৱা খেলত হাৰি স্বামীয় হত্যা কৰিলে পত্নীক

জুৱা খেলত হাৰি স্বামীয় হত্যা কৰিলে পত্নীক

by News Desk
62 views
A+A-
Reset

বিলাসীপাৰাঃ যোৱা ৮ মে দ্বিতীয় ৰোজাৰ বুধবাৰ দিনা ইফতাৰৰ সময়ছোৱাত বাঘমাৰী ১ ম খণ্ড গাঁওৰ স্বামী মহিদুল হকে তেওঁৰ পত্নী আনোৱাৰ খাতুনক ডিঙি চেপি নৃশংসভাৱে হত্যা কৰাৰ বিষয়টোত স্থানীয় ৰাইজে সহজভাৱে লোৱা নায়৷

শনিবাৰে বাঘমাৰী স্থানীয় এলেকাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু লগতে সকলো মহিলা বাঘমাৰী  ৰাজপথত ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুখীক শাস্তি দিয়াবৰ বাবে। ঘটনাৰ বিৱৰণী মতে পত্নী আনোৱাৰা খাতুনে চৰাই বিক্রী কৰি ৫০০ টকা তেওঁৰ স্বামী মহিদুল হকক বজাৰ কৰি আনিবলৈ কৈছিল যদিও স্বামী মহিদুল হকে বজাৰ নকৰি জুৱা খেল খেলি ৫০০ টকা হাৰি গৈ বজাৰ নকৰাকৈ এনে ঘৰলৈ ঘুৰি অহাৰ ফলত স্বামী পত্নীয়ে তৰ্ক-বিতৰ্ক কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0