69
বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ছুৱাপাতা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল বাৰিক মিঞা বহু দিনৰপৰা কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লগত পৰিচালনা সমিতিৰ সভাপতি।
জানিব পৰা মতে, মতে বিগত কেইমাহমানৰপৰা বিদ্যালয়ত অনিয়মিত ভাৱে উপস্থিত থকাৰ লগতে মধ্যাহ্ন ভোজনৰ কেলেংকাৰীৰ তথ্য সদৰী কৰিলে ছাত্ৰ ছাত্ৰী সমূহে।