61
বিলাসীপাৰাঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সোমবাৰে বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
