61
বিলাসীপাৰাঃ অস্তিত্ব ৰক্ষাৰ যুঁজত আজি বিয়লি ২ বজাত কোকৰাঝাৰ জিলাৰ শিলবাৰী গাঁওলীয়াপথত কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে।
হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে। শিলবাৰী লতা গাঁও তিনিআলিত কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা।