60
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উপ-আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা ৩য় খণ্ড (আকসেৰৰ খেওয়া ঘাট) গাঁৱৰ আশাদ আলীৰ গৃহত শনিবাৰে সন্ধিয়া জুই লাগি ভস্মিভূত হয়।
ঘটনা বিৱৰণী মতে আশাদ আলীৰ সৰু পুত্রই সন্ধিয়া ঘৰৰ ছ’লাৰ লাইট মেৰামতি কৰাৰ সময়তে হঠাৎ জুই লাগে। জুই ক্রমে বিয়পি পৰাত ওচৰৰ মানুহে লৰালৰিকৈ আহে যদিও দাওধাওকৈ জ্বলা জুইৰ কাষত চাপিব নোৱাৰিলে।