56
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰ গাঁও পঞ্চায়তৰ বৃহস্পতিবাৰে বিয়লি ২ বজাত ঠাকুৰ আলগা বজাৰ প্ৰাংগণত এখন গাঁও সভা অনুষ্ঠিত হয়।
উক্ত সভাত সভাত সভাপতিত্ব কৰে মায়াৰ চৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি আয়নাল হকে। সভাত আমাৰ গাঁও আমাৰ আঁচনি সম্পৰ্কে মায়াৰ চৰ গাঁও পঞ্চায়তৰ সম্পাদক তথা সচিব নুৰ আলী আহমেদে বিস্তাৰিতভাৱে আলোচনা কৰে।