44
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অংগনাৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে।
বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে দুৰ্নীতিয়ে চৰম সীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। অংগনাৱাড়ী কেন্দ্ৰসমূহৰ কোনো কোনোটোত যদি পাঠদান হোৱা নাই, আন একোটাত আকৌ কণ কণ শিশুৱে পোৱা নাই মধ্যহ্ন ভোজন।