34
বিলাসীপাৰাঃ বিলাসীপাৰাৰ ১১৪ নন্বৰ ডুৱাচুৰী টানপাৰা ভোটগ্ৰহণ কেন্দ্ৰত EVM মেচিনৰ ছেটিঙৰ খেলি-মেলি হোৱাত ভোটগ্ৰহণত পলম হয়।
পুৱা ৭ বজাতেই ভোটগ্ৰহণ আৰম্ভ হ’ব লাগিছিল যদিও ৯-৪৫ বজালৈ প্ৰায় ৩ ঘন্টা পলম হয় কেন্দ্ৰটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰোতে।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.