52
বিলাসীপাৰাঃ বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰন্ধন কৰ্মী সহায়িকাসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।
ৰন্ধনকাৰীৰ সহায়িকাৰ দৰমহা ৬০০০ টকালৈ বৃদ্ধি কৰিবলৈ তেওঁলোকে দাবী জনায়। চৰকাৰে বিদ্যালয়ৰ ৰান্ধনী সকলৰ কামটো NGOক গতাই দিয়াৰ কাৰ্য বন্ধ কৰাৰো দাবী জনায়।