Home ৰাজ্যনিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বি জে পি চৰকাৰেঃ হিন্দু পৰিষদ

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বি জে পি চৰকাৰেঃ হিন্দু পৰিষদ

by News Desk
A+A-
Reset
nirbason

তামুলপুৰঃ শাসনাধীস্থিত বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণকে ধৰি নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰুতি সমূহ আজিও ৰক্ষা কৰিব পৰা নাই। বিজেপি চৰকাৰে বিশ্ব হিন্দু পৰিষদৰ দাবীসমূহ আওকান কৰাৰ লগতে বিশ্ব হিন্দু পৰিষদৰ একাংশ নেতাক সংগঠনৰ পৰা বহিস্কাৰ কৰা কাৰ্যৰ বাবেই বিশ্ব হিন্দু পৰিষদ বাদ দি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠন জন্ম দিব লগা হয়। হিন্দু সকলৰ স্বাৰ্থ আৰু অধিকাৰ বিজেপি চৰকাৰে ৰক্ষা কৰিব পৰা নাই। ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগবাঢ়ি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ। -এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি দীনেশ কলিতাৰ। 

বাগসা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাগসা জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ উদ্দেশ্য বাখ্যা কৰি দীনেশ কলিতাই এইদৰে কয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0