117
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দেওবাৰে মোনাবাৰীত সংঘটিত হয় কুৰুক্ষেত্ৰ।
মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ভূমিকেন্দ্ৰিক ৰণৰ দৰেই ৰাজনৈতিক ক্ষমতাৰ বলত বলীয়ান হৈ দুখীয়া-দৰিদ্ৰ লোকৰ একমাত্ৰ সম্বল মাটি সম্পত্তি হস্তগত কৰাৰ এক অভিযোগ শেহতীয়াকৈ পোহৰলৈ আহিছে৷