50
newsnextone.com|খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত অনুষ্ঠিত হোৱা বিনামূলীয়া ঔষধযুক্ত আঁঠুৱা বিতৰণি সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক সাংসদ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিৰ নিৰ্বাচনী ৰণশিঙা বজায়।
