59
বোকাজানঃ বিজেপি মানে বিজ্ঞাপন ৷ আজি কাৰ্বি স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাব আহি বিজেপিক বিজ্ঞাপনৰ দল বুলি সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে৷
কাৰ্বি স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মুখ চুপতি তথা তৎপৰতা বৃদ্ধি পাইছে ৷ আজি কংগ্ৰেছ দলৰ যুৱ নেতা তথা কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে দলৰহৈ নিৰ্বাচনী প্ৰচাৰ চলায় বোকাজান মহকুমাত৷