Home ৰাজ্যবিজেপি নেতাৰ গাড়ীৰ খুন্দাত উঘালি পৰিল প্ৰকাণ্ড গছ

বিজেপি নেতাৰ গাড়ীৰ খুন্দাত উঘালি পৰিল প্ৰকাণ্ড গছ

by News Desk
52 views
A+A-
Reset

গোৱালপাৰাঃ শুকুৰবাৰে পুৱতি নিশা গোৱালপাৰা জিলাৰ আগিয়াত সংঘটিত হ’য় ভয়াবহ পথ দুৰ্ঘটনা৷ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অল্ট গাড়ীৰ খুন্দাত উঘালি পৰে এজোপা প্ৰকাণ্ড গছ৷ যাৰ ফলত পুৱাই হাহাকাৰ লাগে৷

জানিব পৰা মতে, বিজেপিৰ বালিজানা মণ্ডল সমিতিৰ নেতা কমল কৃষ্ণ সিংহ চৌধুৰীয়ে এএছ-১৮-ডি ৯৯৬৭ নম্বৰৰ অল্টৰে ৩৭নং ঘাই পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ গতিত পথৰ দাতিৰ গছত খুন্দা মাৰে৷ ফলত প্ৰকাণ্ড গছ জোপা উঘালি পৰে৷ অল্ট খনৰ ভিতৰত থকা চালকৰ লগতে মালিক কোমল কৃষ্ণ সিংহ চৌধুৰীয়ে গুৰুতৰভাৱে ভহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0