Home ৰাজ্যবালিলেছাত বিজেপিৰ সভা, পৰিবৰ্তন আহিল নলবাৰীলৈ

বালিলেছাত বিজেপিৰ সভা, পৰিবৰ্তন আহিল নলবাৰীলৈ

by News Desk
79 views
A+A-
Reset

নলবাৰীঃ শাসকীয় দল বিজেপিয়ে নলবাৰীৰ বালিলেছা কালি মন্দিৰ বাকৰিত দেওবাৰে এখন সাংগঠনিক সভা অনুষ্ঠিত হয়৷ পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মনৰ সভাপতিত্ব  অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ভূপেন ডেকাই। নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকাই আতঁ ধৰা সভাত স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা উপস্থিত থাকে।

বিধায়ক অশোক কুমাৰ শৰ্মাই ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অহাৰ পিছত ৰাজ্যৰ লগতে নলবাৰীৰ বহুত খিনি পৰিবৰ্তন আহিছে বুলি কয়। বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ বাবে আগবাঢ়িছে। আমিও এজন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নলবাৰী সমষ্টিৰ উন্নয়নকে লক্ষ্য হিচাপে লৈছো। কিন্তু ধৈৰ্য ধৰিব লাগিব। একেলগে সকলো কৰাটো সম্ভৱ নহয়। ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয়-পঞ্চায়ত নিৰ্বাচন সমাগত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0