Home ৰাজ্যনলবাৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভা

নলবাৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভা

by News Desk
83 views
A+A-
Reset

নলবাৰীঃ শুক্ৰবাৰে সন্ধিয়া ৭ বজাত বিজেপি, নলবাৰী টাউন মণ্ডল সমিতিৰ কাৰ্যালয়ত টাউন মণ্ডল সমিতি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱ গঠিত নলবাৰী টাউন মণ্ডল সমিতিৰ যৌথ উদ্যোগত এক চা-চিনাকী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপি, নলবাৰী জিলা সমিতিৰ সভাপতি বনদ্বীপ ডেকা, টাউন মণ্ডল সমিতিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ উপ-সভাপতিদ্বয় ক্ৰমে মৃনাল শৰ্ম্মা, ৰিদিপ দত্ত, সাধাৰণ সম্পাদক মানসজ্যোতি তালুকদাৰ আৰু কলেজ outreach কোষৰ আহ্বায়িকা কন্নকী চৌধুৰীয়ে।

সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে নলবাৰী টাউন মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক জোন বৰ্মনে। অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষণৰ যোগেদি নৱগঠিত যুৱ মৰ্চাৰ নলবাৰী টাউন মণ্ডল সমিতি সভাপতি ৰমেন গোস্বামীৰ সু-নেতৃত্বত দলৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাত যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে। অনাগত দিনত দলটোৰ সাংগঠনিক কামবোৰ আগৱাঢ়াই নিয়াত সহায়ক হবলৈ ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0