ডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল, সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

Home ৰাজ্যডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল, সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পুৰ্ণ

ডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল, সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পুৰ্ণ

by News Desk
383 views
A+A-
Reset

বঢ়মপুৰঃ নগাঁও জিলাৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ পুৰণিগুদাম৷ প্ৰতিথযশা সাহিত্যিক, শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সোঁৱৰণত পুৰণিগুডামত স্থাপন কৰা হৈছিল ডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়৷ সাহিত্যিক বৰুৱাৰ মৃত্যুৰ তিনিবছৰৰ পিছত অৰ্থাৎ ১৯৬৭ চনৰ ৩১জুলাইত পুৰণিগুদামত কেইগৰাকীমান গুণী-জ্ঞানী লোকে স্থাপন কৰিছিল ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়৷

মহাবিদ্যালয়খনে ৫০টা বসন্ত অতিক্ৰম কৰিলে৷ মহাবিদ্যালয় কৰ্তৃপক্ষ অঞ্চলটোৰ ৰাইজৰ সহযোগত অহা ২৫, ২৬ আৰু ২৭ অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ মঙলবাৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূপেন শইকীয়াই এক সংবাদ মেল অনুষ্ঠিত কৰি সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0