81
লিডুঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো অব্যাহত আছে অবৈধ কয়লা খনন কাৰ্য আৰু ক’লা হীৰাৰ ব্যৱসায়৷ অৰুণাচলৰ চাংলাঙৰ খাৰচাংত মুকলি ভাৱে একাংশ লোকে কয়লাৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে আমাৰ ৰাজ্য খনৰ তিনিচুকীয়া দিলাৰ মাৰ্ঘেৰিটা মহকুমাত লাখ লাখ টকা অবৈধ কয়লাৰ ব্যৱসায় অব্যাহত আছে৷
