newsnextone.com।ৰঙিয়াঃ 

ৰঙিয়া আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষক দিৱস বৰ্জন 
প্ৰতাৰণা দিৱস হিচাবে পালন
ক'লা বেজ পৰিধান কৰি ৰাজ্য চৰা কাৰৰ বিৰুদ্ধে প্ৰতিবাদ
 ২৪ ঘন্টা কৰ্তব্য পালন কৰাৰ পিচটো অতিকম পাৰিশ্ৰামিক দিয়াৰ অভিযোগ 
৫০ গৰাকী কণ কণ ছাত্ৰ থকা  বিদ্যালয় খনত পাচ শিক্ষক কৰ্মচাৰীয়ে কৰে পাঠদান 
চাকৰী  নিশ্চিত কৰাৰ দাবী