গুৱাহাটী বিস্ফোৰণঃ আলফাৰ পতাকা-অস্ত্ৰসহ অভিনেত্ৰী গ্ৰেপ্তাৰ

Home ৰাজ্যগুৱাহাটী বিস্ফোৰণঃ আলফাৰ পতাকা-অস্ত্ৰসহ অভিনেত্ৰী গ্ৰেপ্তাৰ

গুৱাহাটী বিস্ফোৰণঃ আলফাৰ পতাকা-অস্ত্ৰসহ অভিনেত্ৰী গ্ৰেপ্তাৰ

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ বুধবাৰে সন্ধিয়া মহানগৰীৰ জু-ৰোডত সংঘটিত বোমা বিস্ফোৰণৰ পাছত মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই এগৰাকী অভিনেত্ৰীক আটক কৰিছে। পাঞ্জাবাৰীৰ নামঘৰ পথৰ ভাৰাঘৰৰ পৰা জাহ্নৱী শইকীয়া নামৰ যুৱতীগৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে এটা ৯ এমএম পিষ্টল, ৩৫ ৰাউণ্ড সজীৱ গুলী, আপত্তিজনক নথি-পত্ৰ, আইইডি নিৰ্মাণত ব্যৱহৃত ৭০ কেজি বিস্ফোৰক, গ্ৰেনেড আৰু আলফা স্বাধীনৰ পতাকা জব্দ কৰে।

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অসমীয়া টিভি ধাৰাবাহিকত অভিনয় কৰা শিৱসাগৰৰ জাহ্নৱীৰ ভাৰাঘৰত তালাচী চলায়। ভাৰাঘৰটোত যুৱতীগৰাকীয়ে ১০ দিনৰপৰা থাকিবলৈ লৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0