Home ৰাজ্যজি এছ টি, নেপকিনত জেটলিলৈ পত্ৰ প্ৰেৰণ কৰিব যুৱতী-মহিলাই

জি এছ টি, নেপকিনত জেটলিলৈ পত্ৰ প্ৰেৰণ কৰিব যুৱতী-মহিলাই

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হোৱা জি এছ টিয়ে সামৰি লৈছে চেনিটেৰী নেপকিনকো৷ কেৱল সামৰি লোৱাই নহয়, মহিলাৰ সু-স্বাস্থ্যৰ বাবে অপৰিহাৰ্য এই সামগ্ৰীবিধক অন্তৰ্ভূক্ত কৰা হৈছে বিলাসী সামগ্ৰীৰ তালিকাত৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এছ এফ আইয়ে৷ 

উল্লেখ্য যে, সমাজ বিজ্ঞানৰ আন্তঃৰাষ্টীয় গৱেষণা আলোচনীত প্ৰকাশিত এ চি লিচেনৰ এক অধ্যয়ন অনুসৰি যিসকল মহিলাই চেনিটাৰী পেড ব্যৱহাৰ কৰে তেওঁলোকৰ তুলনাত চেনিটাৰী পেড ব্যৱহাৰ নকৰা সকলৰ Reproductive Tract Infection (RTI) হোৱাৰ সম্ভাৱনা ৭০% বৃদ্ধি পায় ৷ এই অধ্যয়নত জড়িত থকা স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ মতে Tampon-ৰ ব্যৱহাৰে গ্ৰৈব কেঞ্চাৰ (Cervical Cancer) আৰু বিভিন্ন যৌনা ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0