96
মোৰাঝাৰঃ সোমবাৰে হোজাই জিলাৰ ডবকাত ভৰতীয় জাতীয় ছাএ ইউনিয়ন চমুকৈ এন এছ ইউ আইৰ হোজাই জিলা সমিতিৰ উদ্যোগত ৰক্তদান পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয়৷
হাজী আনফৰ আলী মহাবিদ্যালয়, মোৰাজাৰ মহাবিদ্যালয়, লংকা মহাবিদ্যালয়, উদালী সোনাই বিবি মহাবিদ্যালয়ৰ এন এছ ইউ আইৰ শাখা সমূহৰ নেতা-কৰ্মীয়ে উপস্থিত থাকি নিজৰ নিজৰ নাম ৰক্তদানৰ বাবে পঞ্জীয়ন কৰে৷