63
ডিজিটেল ডেস্কঃ মৃত্যুৰ পিছত ৰক্ত পৰীক্ষা কৰাৰ কথা আপুনি শুনিছেনে৷ ভাবিলে আচৰিত যদিও এনে এক ঘটনা সংঘটিত হৈছে কলিকতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷
সঞ্জয় পোদ্দাৰ নামৰ ৰোগীজনৰ মৃত্যুৰ পিছতো ৰক্ত পৰীক্ষা কৰাই ধন সৰকালে চিকিৎসকে। এই ৰক্তপৰীক্ষাৰ নামত মৃতকৰ পৰিয়ালে আদায় দিবলগীয়া হ’ল ১৬ হাজাৰ টকা৷