Home ৰাজ্যতৈলক্ষেত্ৰত গেছ নিৰ্গমনক লৈ OIL-ONGCৰ অধ্যক্ষৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ বৈঠক

তৈলক্ষেত্ৰত গেছ নিৰ্গমনক লৈ OIL-ONGCৰ অধ্যক্ষৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ বৈঠক

by News Desk
A+A-
Reset
baghjn oil

দুলীয়াজানঃ তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৫ নং তৈলকূপত যোৱা ২৭ মে’ত সংঘটিত গেছ নিৰ্গমন ঘটনাৰ পাছত সম্প্ৰতি অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকদ্বয়ৰ সৈতে এক বৈঠকত মিলিত হয়। 

উক্ত বৈঠকত বাঘজানত সংঘটিত ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়াৰ অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰক স্থানীয় লোকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় পদক্ষেপ লবলৈ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অ’ এন জি চিৰ পৰিচালন সঞ্চালক শশী শংকৰক অইল ইণ্ডিয়া লিমিটেডৰ এই সংকটৰ সময়ছোৱাত সম্ভাৱ্য সকলো সহযোগিতা আগবঢ়াবলৈকো নিৰ্দেশ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0