59
কোকৰাঝাৰঃ বড়ো আন্দোলনৰ জনক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জেষ্ঠ্য ভাতৃ সমেশ্বৰ ব্ৰহ্ম আজি পশ্চিমবংগৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ইললীলা সম্বৰণ কৰাত বিটিএডি এলেকাত ব্যাপক শোকৰ ছাঁ পৰিছে ।
উল্লেখ্য যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জেষ্ঠ ভাতৃ সমেশ্বৰ ব্ৰহ্ম যোৱা ১২ মেৰ দিনাখন দোতমাৰ বৰাগাৰীস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰি আৰু হৃদযন্ত্ৰৰ ক্ৰিয়াও বন্ধ হৈ পৰে।