Home ৰাজ্যস্মৃতিগ্ৰন্থ হেঙুলী ঊষাৰ বাবে লেখা আহ্বান

স্মৃতিগ্ৰন্থ হেঙুলী ঊষাৰ বাবে লেখা আহ্বান

by News Desk
A+A-
Reset
da45b79f-9bcf-4eac-991f-4a7bbcc75e63

কাৰ্বি আংলংঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযপানৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ উপৰি “হেঙুলী ঊষা” নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে৷ 

তদুপলক্ষে ইচ্ছুক লেখক-লেখিকা সকলৰপৰা স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে বিভিন্ন প্ৰবন্ধ, গল্প, কবিতা আদি বিচৰা হৈছে৷ লেখা সমূহ ফুলস্কেপ কাগজৰ এপিঠিত স্পষ্ট আখৰেৰে লিখাৰ লগতে বাক্য, শাৰীৰ মাজত নিদিষ্ট ব্যৱধান থাকিব লাগিব৷ অথবা ডি টি পি কৰিও পঠাব পাৰিব৷ ইচ্ছুক লেখক-লেখিকা সকলে তেওঁলোকৰ লেখা সমূহ ১২ জুন তাৰিখৰ ভিতৰত kakotiarnob337@gmail.com অথবা ৯৯৫৭১১১১৮৫ নম্বৰৰ হোৱাটছএপৰ জড়িয়তেও পঠিয়াব পাৰিব বুলি “হেঙুলী ঊষা”ৰ সম্পাদকে জানিবলৈ দিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0