Home ৰাজ্যকাৰ্বি জনগোষ্ঠীৰ নিংকান কিমি উৎসৱ উদযাপন

কাৰ্বি জনগোষ্ঠীৰ নিংকান কিমি উৎসৱ উদযাপন

by News Desk
235 views
A+A-
Reset

কাৰ্বি আংলংঃ বিশ্বৰ সকলো জাতি-জনগোষ্ঠীৰে সুকীয়া লোক কৃষ্টি, সংস্কৃতি-পৰম্পৰা থাকে৷ কৃষ্টি, সংস্কৃতি-পৰম্পৰাই প্ৰতিটো জাতি-জনগোষ্ঠীক উজলাই তোলে৷ আন আন জাতি-জনগোষ্ঠীৰ দৰেই কাৰ্বিসকলো ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰে চহকী এটা জনগোষ্ঠী৷

কাৰ্বিসকলৰ ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰ লগতে সাতবাৰ আৰু বাৰমাহৰ নিৰ্দিষ্ট নাম আছে৷ বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুৰ পৰিক্রমা তেওঁলোকে মানি চলে স্বকীয়ভাৱে৷ সাতবাৰ আৰু বাৰমাহৰ স্বকীয় তাৎপৰ্য আৰু বৈশিষ্টৰ বাবে তাৎপৰ্য ধৰি ৰখাৰ চেষ্টা চলাই ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ দৰেই কাৰ্বি জনগোষ্ঠীয়ে নতুন বছৰ পালন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0