71
বোকাজানঃ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বোকাজান মহকুমাৰ পুৰণা বৰপথাৰৰ শিমলুচাপৰিত মথাউৰি ছিঙি নিয়াৰ ফলত বোকাজান মহকুমাৰ বৰপথাৰৰ ন’ ন’ অঞ্চলৰ বুৰাই পেলোৱাৰ ফলত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷
মথাউৰিটোৰ ছিঙি নিয়া অংশৰে তীব্ৰ গতিত পানী সোমাই অহাত বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়, পুৰণা বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু দেওবৰীয়া বজাৰৰ লগতে কেইবাখনো গাঁও বুৰাই পেলায় ৷