Home ৰাজ্যঅসম-নগালেণ্ড সীমান্তৰ খটখটীত বৃহৎ পৰিমাণৰ কৰবিহীন বাৰ্মীজ সামগ্ৰী উদ্ধাৰ

অসম-নগালেণ্ড সীমান্তৰ খটখটীত বৃহৎ পৰিমাণৰ কৰবিহীন বাৰ্মীজ সামগ্ৰী উদ্ধাৰ

by News Desk
A+A-
Reset
1b0d1a4b-9c70-4728-ade1-484b80a98b58

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীয়ে বুধবাৰে নিশা বৃহৎ পৰিমাণৰ বাৰ্মীজ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰপৰা তিনিচুকীয়া অভিমুখী তিনিখন নৈশ বাছৰপৰা ম্যানমাৰৰপৰা অহা কৰবিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় খটখটি আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0