Home ৰাজ্যকাৰ্বি আংলঙৰ অধিকাংশ চৰকাৰী বিদ্যালয়ে পালন নকৰিলে বিদ্যাৰম্ভ উৎসৱ

কাৰ্বি আংলঙৰ অধিকাংশ চৰকাৰী বিদ্যালয়ে পালন নকৰিলে বিদ্যাৰম্ভ উৎসৱ

by News Desk
64 views
A+A-
Reset

কাৰ্বি আংলং ব্যুৰ’: শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হৈ থকা ৬ ৰপৰা ১৬ বছৰৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰিছে বিদ্যাৰম্ভ উৎসৱ নামেৰে এক কাৰ্যসূচী৷

এই বিদ্যাৰম্ভ উৎসৱ ২০১৮ ৰ ১৫ নৱেম্বৰৰপৰা ২০১৯ ৰ ১ জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগে৷ যাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিয়ে নিজ নিজ অঞ্চলৰ শিক্ষা গ্ৰহণৰ উপযুক্ত শিশুসকলৰ পিতৃ-মাতৃলৈ ২০১৮ৰ ৩০ ডিচেম্বৰৰ ভিতৰত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে শিশুসকলক পঠাবলৈ স্থানীয় ভাষাত লিখা পত্ৰ প্ৰেৰণ কৰিব লাগে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0