83
কাৰ্বি আংলঙৰ ব্যুৰ’: অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰপৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত৷
আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই দেশৰ বিভিন্ন ঠাইৰপৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷