Home ৰাজ্যখটখটিত মাৰাণাস্ত্ৰসহ নগা যুৱক আটক

খটখটিত মাৰাণাস্ত্ৰসহ নগা যুৱক আটক

by News Desk
64 views
A+A-
Reset

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত কালীৰাম বস্তিত মাৰাণাস্ত্ৰসহ এজন নগা যুৱকক খটখটি আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

তথ্য অনুসৰি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকাম ছাংচানে এক গোপন সূত্ৰৰ পম খেদি নগা যুৱকজনক মাৰাণাস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0