Home ৰাজ্যমহাজলাভিষেক ব’ল ব’ম, মন্দিৰে মন্দিৰে শিৱ ভক্ত

মহাজলাভিষেক ব’ল ব’ম, মন্দিৰে মন্দিৰে শিৱ ভক্ত

by News Desk
54 views
A+A-
Reset

newsnextone.com | নগাঁওঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম ধৰ্মীয় উৎসৱ মহাজলাভিষেকক কেন্দ্ৰ কৰি ৰাজ্য ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে ৷ মহাদেৱ শিৱৰ জন্ম মাহ বুলি হিন্দু ধৰ্মীয় লোকসকলে বিশ্বাস কৰি অহা অসমীয়া বছৰৰ শাওণ মাহৰ প্ৰতিটো দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হয় ব’ল ব’ম উৎসৱ৷ 

সমগ্ৰ শাওণ মাহ জুৰি চলা এই উৎসৱৰ পৰম্পৰা অনুসৰি শিৱ ভক্তসকলে দেওঁবাৰে নিশা কোনো নিৰ্দিষ্ট পাহাৰীয়া এলেকাত থকা শিৱ মন্দিৰৰ কাষেৰে পাহাৰৰ পৰা নামি অহা জলধাৰাৰ পৰা পানী সংগ্ৰহ কৰি সেই পানী লগত লৈ গোটেই নিশা পদব্ৰজে আহি অন্য কোনো মন্দিৰত পিছদিনা সোমবাৰে দোকমোকালিতে উপস্থিত হয় আৰু পিছত পৰম ভক্তি ভাবেৰে সেই জল শিৱ লিংগত ঢালি দেৱাদি দেৱ মহাদেৱৰ আৰ্শীবাদ বিচাৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0