73
বোকাজানঃ বোকাজানৰ ঘৰিয়ালডুবিস্থিত ১৫৫ নং চিআৰপিএফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা আজি জনকল্যাণ আঁচনিৰ অধীনত বিষ্ণুৰাভা মধ্য ইংৰাজী বিদ্যালয়লৈ পুথিভঁৰালৰ বাবে প্ৰয়োজনীয় আলমিৰা আৰু কিতাপৰ টোপোলা আগবঢ়াই৷
