65
গুৱাহাটীঃ বিশিষ্ট চিন্তাবিদ, সমাজ সচেতক তথা newsnextone.comৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্যৰ দুখনকৈ গ্ৰন্থ অহা ৩ জানুৱাৰিত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ’ব৷
‘বিপন্ন দেশ কাল সমাজ’ আৰু ‘একলব্যৰ পৰা ৰোহিত ভেমুলালৈ’ শীৰ্ষক দুখন গ্ৰন্থ বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁই, জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ উপস্থিতিত উন্মোচন কৰা হ’ব৷